Начало > Приложения > Персонализиране
অসমীয়া স্থানীয় অভিজ্ঞতা পেক

অসমীয়া স্থানীয় অভিজ্ঞতা পেক

Издадено от: Microsoft Corporation
Licence: Безплатно

Екранни снимки:

Минимални
ОС
Архитектураx86,x64,ARM,ARM64
Препоръчителни
ОС
Архитектураx86,x64,ARM,ARM64

Описание

সদায় আপ-টু-ডেট কৰে, সদায় Windows-ৰ ভাষাৰ অভিজ্ঞতা উন্নত কৰে! Windows-এ এতিয়া Microsoft Store-ৰ জৰিয়তে বিনামূলীয়াকৈ ভাষাৰ আপডেটসমূহ প্ৰদান কৰে৷ ইয়াৰ অৰ্থ এইটোৱেই যে আমি আপোনাৰ স্থানীয় ভাষা নিয়মিত উন্নত কৰি আছোঁ আৰু এই আপডেটসমূহ আপোনাৰ ডিভাইচলৈ স্বয়ংক্ৰিয়ভাৱে প্ৰেৰণ কৰি থাকোঁ৷ স্থানীয় অভিজ্ঞতা পেক এপ্লিকেশ্বন ইনষ্টল কৰিলে, আপোনাৰ ভাষাৰ Windows পাঠ সদায় আপ-টু-ডেট হৈ থাকিব৷. Windows পাঠ আপোনাৰ স্থানীয় ভাষাত উন্নত কৰাত সহায় কৰাৰ বাবে আগ্ৰহীনে? আপুনি Windows-ত অন্তৰ্ভুক্ত কৰা ফীডবেক হাব এপ্প্‌টো ব্যৱহাৰ কৰি পাঠ উন্নয়নৰ বাবে সহজেই আপোনাৰ পৰামৰ্শ প্ৰদান কৰিব পাৰে৷মাত্ৰ Cortana অনুসন্ধান বাকচত “ফীডবেক হাব” টাইপ কৰক বা Windows কী + F হেঁচি ধৰি ৰাখক৷ টোকা: বানানৰ অভিধান আৰু কথনৰ দৰে অতিৰিক্ত ভাষা সমৰ্থিত সুবিধাসমূহো ইনষ্টল কৰিব লগা হ’ব পাৰে৷ ইনষ্টল কৰি ৰখা সুবিধা অনুসৰি ষ্ট’ৰেজৰ আৱশ্যকতা পৃথক হ’ব পাৰে৷


Хората харесват също

Lively Wallpaper
Lively Wallpaper
Безплатно
Free Nature Wallpapers
Free Nature Wallpapers
Безплатно
Sucrose Wallpaper Engine
Sucrose Wallpaper Engine
Безплатно
S.M.A.C.C
S.M.A.C.C
Безплатно
CAS Preview
CAS Preview
Безплатно
Today for Windows
Today for Windows
Безплатно
Lockscreen as wallpaper
Lockscreen as wallpaper
Безплатно

рецензии

членове

за অসমীয়া স্থানীয় অভিজ্ঞতা পেক
Advertisement
Top изтегляне
Популярни отскоро приложения
Топ оценени приложения
We use cookies and other technologies on this website to enhance your user experience.
By clicking any link on this page you are giving your consent to our Privacy Policy and Cookies Policy.